Lesson 1 (পাঠ ১)
Oh, Look at the Moon
অ’হ লুক এট দ্যা মুন
(ওহ, জোনটোলৈ চোৱা )
Oh, look at the moon
অ’হ, লোক এট দা মূন
(ওহ, জোনটো লৈ চোৱা )
She is shining up there
চি ইজ চাইনিং আপ দেয়াৰ
(তাই ওপৰত উজ্জ্বল হৈ জিলিকি আছে)
Oh, Mother, She looks
অ’হ, মাদাৰ, চি লোকচ
(ওহ, মা, তাই চেহেৰা)
Like a lamp in the air
লাইক এ লেম্প ইন দ্যা এয়াৰ
(বতাহত চাকিৰ দৰে)
Last week she was smaller
লাষ্ট উইক চি ওৱাজ স্মলাৰ
(তাই সৰু আছিল শেষৰ সপ্তাহত)
And shaped like a bow
এণ্ড চেপ লাইক এ বো
(আৰু আকৃতি এখন ধনু নিচিনা আছিল)
But now she’s grown bigger
বাট নাও চি’চ গ্রোন বিগাৰ
(কিন্তু তাইৰ এতিয়া ডাঙৰ
হ’ল)
And shaped like an ‘O’
এণ্ড চেপ লাইক এন ‘ও’
(আৰু আকৃতি অ’ নিচিনা )
ACTIVITIES
1.
Let’s find how much we have understood:
a.
What is the name of the poem?
(কবিতাটোৰ নাম কি?)
Answer: The poem name is Oh, Look at the Moon.
(কবিতাটোৰ নাম হৈছে, ‘অ’হ, লোক এট দ্য্যা
মূন।)
b.
What looks like a lamp in the air?
(বতাহত কি চাকি দৰে দেখা পাই?)
Answer: The Moon looks like a lamp in the
air.
(চন্দ্রটো বতাহত চাকি দৰে দেখা পাই।)
c.
What does the moon look like when she is smaller?
(চন্দ্রটো সৰুতে কি দৰে দেখা পোৱা যায়?)
Answer: The Moon look like a
‘bow’ when she is smaller.
(চন্দ্রটো সৰুতে ধনু দৰে দেখা পোৱা যায়।)
d.
What does the moon look like when she grows bigger?
(চন্দ্রটো ডাঙৰতে কি দৰে দেখা পোৱা যায়?)
Answer: When the moon grows bigger she looks
like a ‘O’.
(চন্দ্রটো ডাঙৰতে ‘ও’ দৰে দেখা পোৱা যায়।)
2.
Let’s play with rhyming words:
( ছন্দযুক্ত খেল কৰা:)
Look (লুক) চেহেৰা
Moon (মূন) চন্দ্র
Air (এয়াৰ) বতাহ
Mother (মাদাৰ) মা
Looks (লুক) সৌন্দয্য
Lamp (লেম্প) চাকি
Bow (বৌ) ধনু
Smaller (স্মলাৰ) খৰু
3.
Write the opposites of the underlined words:
আঁচ থকা শব্দৰবিপৰীত শব্দটো লিখা:
Oh,
look at the moon
অ’হ, লোক এট দা মূন
She is shining up there
চি এজ চাইনিং আপ দ্রেআৰ
Answer:
She তিৰোতা- He পুৰুষ
Up ওপৰলৈ- Down তললৈ
4.
Read aloud the following pairs of words:
শব্দ যোৰা ডাঙৰকৈ পঢ়া:
Before আগত- after পাছত
Day দিন – night ৰাতি
beautiful ধুনিয়া – ugly কুৎসিত
Outside বাহিৰত – inside ভিতৰত
Far দূৰণিত – near কাষৰীয়া
Pick বোটল – throw দলিয়া
5.
Think and say who I am:
বিচাৰ কৰা কোন হয় মই:
a) I
live in the sky. মই অকাশত থাকো ।
Sometimes
I’ small and কেটিয়াবা মই খৰু আৰু
Sometimes
I’m big. কেটিয়াবা মই ডাঙৰ ।
I
glow at night. ৰাতি জিলিকি উঠু ।
Who
am i? কোন হয় মই?
I am
the __.
মই হয় ___।
Answer: Moon ( চন্দ্র)
b)
I live in the sky. মই অকাশত থাকো ।
I
twinkle at night. ৰাতি তিৰবিৰ কৰো
I’m
not the moon. চন্দ্র নহয় মই
Who am
I? কোন হয় মই?
I am a __. মই হয় ____।
Answer: Star তৰা
c) I’m hot মই হয় গৰম
I’m
bright মই হয় উজ্জ্ৱল
I’m
big মই ডাঙৰ
I give
light মই পোহৰ দিও
Who
am I? কোন হয় মই?
I
am the __.
মই হয় ____।
Answer: Sun সূর্য্য
6.
Read this paragraph written by Pooja. It describes what she saw one
evening:
পূজাই লিখা এই অনুচ্ছেদটো পঢ়া।ইয়াত তাই বৰ্ণনা কৰা হৈছে সন্ধ্যা এটাত কি দেখিছে:
One evening I was looking at
the sky. It was seven o'clock in the evening. The moon was shining brightly. It
looked like a bright lamp in the sky. I saw some stars too. Suddenly a shooting
star flashed by.
এদিন এটা সন্ধ্যাত মই আকাশলৈ চাই আছিলো। সন্ধ্যা ৭ টা বাজিছে তেতিয়া। চন্দ্রটো উজ্জ্ৱল ৰূপে জিলিকি উঠিছে। ই আকাশত চাকি দৰে লাগিছে। আৰু মই বহুত তৰাও দেখিব পাইছিলো। হঠাতে এটা পপীয়া তৰাই খন্তেকীয়া উজ্জ্ৱল পোহৰাই দিছিল।
Now, look at the pictures below
and write a few sentences on each of them:
এটিয়া তলত থকা ছবিটো চাই কমসংখ্যক বাক্য লিখা:
Lesson 1 (পাঠ ১)
Oh, Look at the Moon
অ’হ লুক এট দ্যা মুন
(ওহ, জোনটোলৈ চোৱা )
Oh, look at the moon
অ’হ, লোক এট দা মূন
(ওহ, জোনটো লৈ চোৱা )
She is shining up there
চি ইজ চাইনিং আপ দেয়াৰ
(তাই ওপৰত উজ্জ্বল হৈ জিলিকি আছে)
Oh, Mother, She looks
অ’হ, মাদাৰ, চি লোকচ
(ওহ, মা, তাই চেহেৰা)
Like a lamp in the air
লাইক এ লেম্প ইন দ্যা এয়াৰ
(বতাহত চাকিৰ দৰে)
Last week she was smaller
লাষ্ট উইক চি ওৱাজ স্মলাৰ
(তাই সৰু আছিল শেষৰ সপ্তাহত)
And shaped like a bow
এণ্ড চেপ লাইক এ বো
(আৰু আকৃতি এখন ধনু নিচিনা আছিল)
But now she’s grown bigger
বাট নাও চি’চ গ্রোন বিগাৰ
(কিন্তু তাইৰ এতিয়া ডাঙৰ
হ’ল)
And shaped like an ‘O’
এণ্ড চেপ লাইক এন ‘ও’
(আৰু আকৃতি অ’ নিচিনা )
Activities
1.
Let’s find how much we have understood:
a.
What is the name of the poem?
(কবিতাটোৰ নাম কি?)
Answer: The poem name is Oh, Look at the Moon.
(কবিতাটোৰ নাম হৈছে, ‘অ’হ, লোক এট দ্য্যা
মূন।)
b.
What looks like a lamp in the air?
(বতাহত কি চাকি দৰে দেখা পাই?)
Answer: The Moon looks like a lamp in the
air.
(চন্দ্রটো বতাহত চাকি দৰে দেখা পাই।)
c.
What does the moon look like when she is smaller?
(চন্দ্রটো সৰুতে কি দৰে দেখা পোৱা যায়?)
Answer: The Moon look like a
‘bow’ when she is smaller.
(চন্দ্রটো সৰুতে ধনু দৰে দেখা পোৱা যায়।)
d.
What does the moon look like when she grows bigger?
(চন্দ্রটো ডাঙৰতে কি দৰে দেখা পোৱা যায়?)
Answer: When the moon grows bigger she looks
like a ‘O’.
(চন্দ্রটো ডাঙৰতে ‘ও’ দৰে দেখা পোৱা যায়।)
2. Let’s play with rhyming
words:
মিত্রাক্ষৰ ছন্দযুক্ত খেল কৰা:
Answer:
Look (লুক) চেহেৰা
Moon (মূন) চন্দ্র
Air (এয়াৰ) বতাহ
Mother (মাদাৰ) মা
Looks (লুক) সৌন্দয্য
Lamp (লেম্প) চাকি
Bow (বৌ) ধনু
Smaller (স্মলাৰ) খৰু
3.
Write the opposites of the underlined words:
আঁচ থকা শব্দৰবিপৰীত শব্দটো লিখা:
Oh,
look at the moon
অ’হ, লোক এট দা মূন
She is shining up there
চি এজ চাইনিং আপ দ্রেআৰ
Answer:
She তিৰোতা- He পুৰুষ
Up ওপৰলৈ- Down তললৈ
4.
Read aloud the following pairs of words:
শব্দ যোৰা ডাঙৰকৈ পঢ়া:
Before আগত- after পাছত
Day দিন – night ৰাতি
beautiful ধুনিয়া – ugly কুৎসিত
Outside বাহিৰত – inside ভিতৰত
Far দূৰণিত – near কাষৰীয়া
Pick বোটল – throw দলিয়া
5.
Think and say who I am:
বিচাৰ কৰা কোন হয় মই:
a)
I live in the sky. মই অকাশত থাকো ।
Sometimes
I’ small and কেটিয়াবা মই খৰু আৰু
Sometimes
I’m big. কেটিয়াবা মই ডাঙৰ ।
I
glow at night. ৰাতি জিলিকি উঠু ।
Who
am i? কোন হয় মই?
I
am the __.
মই হয় ___।
Answer: Moon ( চন্দ্র)
b)
I live in the sky. মই অকাশত থাকো ।
I
twinkle at night. ৰাতি তিৰবিৰ কৰো
I’m
not the moon. চন্দ্র নহয় মই
Who
am I? কোন হয় মই?
I
am a __.
মই হয় ____।
Answer: Star তৰা
c) I’m
hot মই হয় গৰম
I’m
bright মই হয় উজ্জ্ৱল
I’m
big মই ডাঙৰ
I
give light মই পোহৰ দিও
Who
am I? কোন হয় মই?
I
am the __.
মই হয় ____।
Answer: Sun সূর্য্য
6.
Read this paragraph written by Pooja. It describes what she saw one
evening:
পূজাই লিখা এই অনুচ্ছেদটো পঢ়া।ইয়াত তাই বৰ্ণনা কৰা হৈছে সন্ধ্যা এটাত কি দেখিছে:
One evening I was looking at
the sky. It was seven o'clock in the evening. The moon was shining brightly. It
looked like a bright lamp in the sky. I saw some stars too. Suddenly a shooting
star flashed by.
এদিন এটা সন্ধ্যাত মই আকাশলৈ চাই আছিলো। সন্ধ্যা ৭ টা বাজিছে তেতিয়া। চন্দ্রটো উজ্জ্ৱল ৰূপে জিলিকি উঠিছে। ই আকাশত চাকি দৰে লাগিছে। আৰু মই বহুত তৰাও দেখিব পাইছিলো। হঠাতে এটা পপীয়া তৰাই খন্তেকীয়া উজ্জ্ৱল পোহৰাই দিছিল।
Now, look at the pictures below
and write a few sentences on each of them:
এটিয়া তলত থকা ছবিটো চাই কমসংখ্যক বাক্য লিখা:
In this picture, I saw a flying
Aeroplan in the sky and also a flying helicopter. The Sun was shining
brighter. The birds are flying. Clouds and rainbow are also seen in the sky.
এই ছবিটোত মই দেখিব পাইছো আকাশত উৰি যোৱা এখন
বিমান আৰু হেলিকপ্টাৰ। সূর্য্যটো উজ্জ্ৱল ৰূপে জিলিকি উঠিছে। চৰাইবোৰ উৰি ফ়ুৰিছে।
আকাশত ডাৱৰ আৰু ৰামধেনু দেখিব পাইছো।
In
this picture, I see a half moon in the sky which is glowing at night. The stars
are also twinkling in the sky.
এই ছবিটোত
মই দেখিব পাইছো ৰাতি আকাশত জিলিকি থকা অৰ্ধচন্দ্ৰ। আৰু তৰাবোৰ আকাশত তিৰবিৰাই থকা
দেখা গৈছে।
7.
Read this story:
এই
কাহিনীটো পঢ়া:
The Wolf and the Lamb
কুকুৰনেচীয়া
বাঘ আৰু ভেড়া পোৱালি
![]() |
Once
upon a time, there lived a wolf in a thick forest near a stream. Sheep, goats
and cows from a village nearby came to the stream to drink water.
The wolf was a lazy and cunning
animal. One hot day he was thirsty and so he came to the stream to drink water.
He looked down and saw a lamb drinking water from the stream. He was happy and
wanted to eat the lamb.
A wicked idea came to his mind. He tried to make the lamb frightened. He
shouted at the lamb, "You foolish lamb, why are you making the water
dirty? Can't you drink without your legs in the water?" The lamb looked up
and saw the wolf. But he was not frightened. He was a brave lamb. He replied
politely, ''But Sir, you are wrong. The water is flowing from where you are
standing to where I am standing. How can I make your water dirty?" The
wolf did not find an answer. But he did not give up. He said, "Six months
ago you called me stupid, now you have to say sorry."
The lamb replied politely
again, "But Sir, I'm only three months old." The wolf had no answer
and went away sadly.
এসময়ত এটা কুকুৰনেছীয়া বাঘে এটা নিজৰাৰ কাষৰ এখন ডাঠ হাবিত বাস কৰিছিল। ওচৰৰ এখন গাঁৱৰ ভেড়া,
ছাগলী,গৰু পানী খাবলৈ তালৈ আহিছিল ।
কুকুৰনেচীয়া বাঘটো এলেহুৱা আৰু ধূৰ্ত আছিল।
এদিন এটা গৰম দিনত, তাৰ পিয়াহ লাগিল সেই কাৰণে সি নিজৰাটোত পানী খাবলৈ আহিছিল।
তেতিয়া সি তলত দেখিলে ভেড়া পোৱালি এটাই নৈত পানী খাই আছে। তাক
দেখি কুকুৰনেচীয়া বাঘটো সুখী হ’ল আৰু ভেড়া পোৱালিটোক আহাৰ হিচাপে গ্ৰহণ কৰিব
বিচাৰিল।
তেতিয়া তাৰ মনত অসৎ বুদ্ধি এটা আহিল। সি ভেড়া পোৱালিটোক ভই খোৱাব
বিচাৰিল। সি চিঞৰি ভেড়া পোৱালিটোক কলে,” মূৰ্খ কিয় খোৱা পানী লেতেৰা কৰিছ? ভৰীখন
পানীত নিদিয়াকে খাব নোৱাৰ?” তেতিয়া ভেড়া পোৱালিটোৱে ওপৰলৈ চাই দেখিলে
কুকুৰনেচীয়া বাঘটোক। কিন্তু সি ভই খোৱা নাই, সি সাহসী আছিল। সি নম্রভাৱে ক’লে,”
মহোদয়, আপুনি ভুল কৈছে, পানী
খিনি আপুনাৰ ভৰি পৰা বৈ আহিছে। কেনেকৈ মই লেতেৰা কৰা হ’ল?” কুকুৰনেচীয়া বাঘটোৰ
উত্তৰ নোহোৱা হ’ল. কিন্তু সি চেষ্টা এৰা নাই আৰু কলে ,” ছয় মাহৰ আগত তই মোক মূৰ্খ
বুলি কৈছিলি, এতিয়া ক্ষমা খোজ।” তেতিয়া ভেড়া পোৱালিটোৱে নম্রভাৱে ক’লে,”মহোদয়,
মই কেৱল তিনি মাহৰ হয়।“ এনেকে কোৱাত কুকুৰনেচীয়া বাঘটোৰ উত্তৰ নোহোৱা হ’ল আৰু
দুঃখিতভাৱে আতৰি গ’ল।
Now, read the story again.
There are some describing words in the story. Work in pairs. Underline the
words and write them on the boar
ৰ্ণনা কৰা শব্দ আছে সেই শব্দবোৰ আঁচ টানি কাঠৰ
পাটত লিখা। ইয়াত দুটা বৰ্ণনা কৰা শব্দ দিয়া আছে:
Thick (থিক) lazy(লেহজি)
ঘন
এলেহুৱা
Answer: cunning ধূৰ্ত, thirsty পিয়াহ,
happy সুখী, brave সাহসী,
flowing বৈ, dirty মলিয়ন
8.
Fill in the blanks with the words in the box:
খালী ঠাই
পূর্ণ কৰা বাকচত থকা শব্দবোৰে:
at |
in |
to |
up |
a. The
wolf lived in a thick forest.
b. The
wolf came to the stream to drink water.
c. The
wolf shouted at the lamb.
d. The lamb looked up and saw the
wolf.
9.
Look at the picture and read the sentences in the bubbles aloud:
ছবিটো চোৱা
আৰু বাক্যবোৰ ডাঙৰকৈ পঢ়ি যোৱা:
(Activity based question ক্রিয়াকলাপ ভিত্তি কৰা প্রশ্ন)
10.
Say as fast as you can:
a. Wash
water wolf well went.
b. The
wicked wolf went to the well and washed his face with water.
c. A
little lamb lay lazily on her mother’s lap.
d. The
little lamb looked at his lovely legs.
(Activity based question )
11. Look at the pictures and
read: ছবিবোৰ
চাই পঢ়া:
(Activity based question )
12. Fill in the boxes with appropriate
words:
খালী বাকচ
পূর্ণ কৰা উপযুক্ত শব্দবোৰে:
Long লংগ Longer লংগাৰ Longest লংগেস্ট
Hot হট Hotter হটাৰ Hottest হটেষ্ট
Happy হেপী Happier হেপীৱাৰ Happiest হেপীষ্ট
Big বিগ Bigger বিগাৰ Biggest বিগেষ্ট
Short শর্ট Shorter শর্টাৰ Shortest শর্টেষ্ট
Brave ব্ৰেভ Braver ব্রেভাৰ Bravest ব্রেভেষ্ট
Wise ৱাইজ Wiser ৱাইজৰ Wisest ৱাইজেষ্ট
13. a) Lets read a few words with silent letters:
১৩) ক)
নিৰৱ আখৰ থকা কেইটামান শব্দ পঢ়োঁ আহক:
Lamb লেম
tomb টূম
plumber প্লামাৰ
Bomb বম comb কম crumb ক্রম
b.
Tick the word you hear:
খ. শুনা
শব্দটোত টিক কৰক:
i. lamp lamb
ii. Dump dumb
(Activity based question )
14. Read the words on the whiteboard:
Moon bone
lamb wolf
চন্দ্ৰ
হাড়
ভেড়া কুকুৰনেছীয়া
Forest night sheep
অৰণ্য়
নিশা
ভেড়া
Village polite smaller
গাঁও
ভদ্ৰ
সৰু
Now,
write them down in alphabetical order.
এতিয়া,
সেইবোৰ বৰ্ণানুক্ৰমে লিখি থওক।
Answer: Bone forest lamb
moon night
Polite sheep smaller village wolf
Meaning অৰ্থ
Bone - হাড়
forest - হাবি
lamb - ভেড়া পোৱালি
moon - চন্দ্ৰ
night - ৰাতি
polite - নম্র
sheep - ভেড়া
smaller - সৰু
village - গাঁও
wolf - কুকুৰনেচীয়া বাঘ
15. Look at the pictures and read the sentences:
ছবিবোৰ চাই
বাক্যবোৰ পঢ়া:
Now,
fill in the blanks choosing the correct word from the help box:
খালী ঠাই
পূর্ণ কৰা বাকচত থকা শব্দৰে:
taller |
tall |
tallest |
Rina
is a tall girl.
Raja
is taller than Ramu.
Rina
is the tallest of the three.
0 Comments