অহা ১ নৱেম্বৰ ২০২৪ তাৰিখে লখিমপুৰ জিলাত স্থানীয় বন্ধ ঘোষণা । দীপাৱলী আৰু কলীপুজা ৰ উপলক্ষে বন্ধ ঘোষণা কৰিছে লখিমপুৰ জিলা প্ৰশাসনৰ।
জিলা প্ৰশাসনে জাননী Memo No: PER-36/72/2023-PER-LKPR/320255
যোগে এই কথা ৰাজহুৱা কৰিছে ।উক্ত দিনটোত জিলাখনত সকলো চৰকাৰী কাৰ্যালয় তথা শিক্ষানুষ্ঠান আদি বন্ধ থাকিব।
0 Comments