·
প্ৰতিদিন অসম সংবাদ : পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে স্থানীয় বন্ধ ঘোষণা
কৰিছে জিলা প্ৰশাসনে। দীপাৱলী উপলক্ষে বন্ধ ঘোষণা কামৰূপ (ম), ধুবুৰী আৰু শোণিতপুৰ জিলা
প্ৰশাসনৰ। অহা ১ নৱেম্বৰ তাৰিখে স্থানীয় বন্ধ ঘোষণা কৰিছে উক্ত জিলা কেইখনত ।
উক্ত
দিনটোত জিলা কেইখনত চৰকাৰী কাৰ্যালয় তথা শিক্ষানুষ্ঠান আদি
বন্ধ থাকিব।
ads
·
0 Comments